← ফুৰি যাওক

চাকৰালি

sa.ko.ra.li

অৰ্থ

1.

বাণিজ্য, জীৱিকা বা বৃত্তি ৰূপে পাৰিশ্ৰমিকৰ বিনিময়ত কৰা নিয়মীয়া কৰ্ম

regular activity performed in exchange for payment, especially as trade, occupation, or profession

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

চাকৰৰ কৰ্ম বা ব্যৱসায় ৷

The state of being under the control of another person.

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাকৰালি · অসমীয়া অভিধান