← ফুৰি যাওক

উপন্যাসিকা

u.po.nya.xi.ka

অৰ্থ

1.

চুটী গল্পতকৈ দীঘল কিন্তু উপন্যাসতকৈ দীঘল কল্প কাহিনী৷ সাধাৰনতে আলোচনীত প্ৰকাশ হয়৷ (ইংৰাজী প্ৰতিশব্দটো কেতিয়াবা নিম্ন খাপৰ সাহিত্যিক গুণৰ কিন্তু জনপ্ৰিয় ৰোমাঞ্চকৰ কাহিনী বুজাৱলৈয়ো কোনো কোনোৱে ব্যৱহাৰ কৰে৷) অৱশ্য অসমীয়াত দ্বিতীয় অৰ্থটো ব্যৱহাৰ নহয়৷

a work of fiction shorter than a novel but longer than a short story. (sometimes used derogatorilly of romances and thrillers of popular appeal but of little literary merit.)

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ