← ফুৰি যাওক

জুইক্ৰীড়া

jui.kri.ra

অৰ্থ

1.

ফটকা, ফুলজাৰি, হিলৈ আদি জুই ওলোৱা খাৰ-বাৰুদৰ খেল; বিশেষতঃ আনন্দ বা বিজয় উতসৱ আদিত পালন কৰা হয়|

A device with an explosive that burns at a low rate and with coloured flames; can be used to illuminate areas or send signals etc.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জুইক্ৰীড়া · অসমীয়া অভিধান