← ফুৰি যাওক

ছাই-বৰণ

sai-bo.ron

অৰ্থ

1.

ক’লা আৰু বগা মিহলি হৈ হোৰা ৰং; মটীয়া বগা ৰং |

Of an achromatic colour of any lightness intermediate between the extremes of white and black; smoke like colour.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছাই-বৰণ · অসমীয়া অভিধান