← ফুৰি যাওক

উজ্জীৱিত কৰ‌্

uj.ji.bi.to kor

অৰ্থ

1.

জীৱনী শক্তি বা সঞ্জীৱনীৰে সজীৱ আৰু শক্তিশালী কৰি তোল‌্; মনৰ সজীৱতা জগাই তোল্।

to energize with vitality; to fill with life(force).

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ