থুপৰী
thu.po.ri
অৰ্থ
1.
বিয়া নোহোৱাকৈ ঘৰত থকা বয়সীয়া ছোৱালী
a woman still unmarried beyond the usual age of marrying
জাতিবাচক বিশেষ্য
2.
ব’ব কাটিব নজনা তিৰোতা বা ছোৱালী ।
A lady unskilled in spinning and weaving.
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ