← ফুৰি যাওক

ওভোটাখৰ মাৰ‌্

o`.bho`.ta.khor mar

অৰ্থ

1.

1.(শূন্যতে ঘূৰি) হাত আৰু মূৰ তললৈ কৰি ভৰি ওপৰলৈ ৰাখ্; সম্পূৰ্ণ ওভোটাকৈ ঘূৰা।2.(আলংকাৰিক ব্যৱহাৰ) মতামত বা কথা সম্পূৰ্ণ বদলি কৰ্

to turn over completly in the air.(figerative use) to change opinion completely.

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওভোটাখৰ মাৰ‌্ · অসমীয়া অভিধান