← ফুৰি যাওক

ইন্দ্ৰধ্বজ

indradhbaja

অৰ্থ

1.

প্ৰজাৰ মঙ্গলৰ কাৰণে আগেয়ে ৰজাবিলাকে ভাদ মাহৰ শুক্লা দ্বাদশীত পুতি উৎসবেৰে সৈতে পূজা কৰা নিচান-বিশেষ; যেনে-"বিমুকুত কেশপাশ হাড় বিহৰিল। যেনে ইন্দ্ৰধ্বজ-গোট ভূমিত পড়িল" (দশম)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইন্দ্ৰধ্বজ · অসমীয়া অভিধান