বসন্তৰোগ
bo.xon.to.ro`g
অৰ্থ
1.
ই এবিধ বেমাৰ, চালত গুটি গুটি উঠে, খজোৱাই, জ্বৰ-বমি হয়৷ কেতিয়াবা নিৰাময় হোৱাৰ পিছতো চালৰ ডাগ নাযায়|যেনে বৰ আই,সৰু আই,ইত্যাদি
A disease characterized by purulent skin eruptions that may leave pockmarks, often caused by various animal viruses. i.e. Small pox,Chicken pox
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ