ইন্দ্ৰদ্যুয়
indradyuẏa
অৰ্থ
1.
অবন্তী দেশৰ ৰজা [এবেঁই জগন্নাথৰ মূৰ্ত্তি স্হাপন কৰে]
the name of a king who set up the idol of Jagannātha at Puri
বি.
2.
শ্ৰীক্ষেত্ৰৰ এটা পুখুৰীৰ নাম; যেনে-"যজ্ঞ-অবশেষ যত মল অনুপাম। দুইবে তীৰ্থ ইন্দ্ৰদ্যুম্ন সৰোবৰ নাম" (কীৰ্ত্তন)
the name of a large tank at Puri
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ