← ফুৰি যাওক

ইন্দ্ৰত্ব

indratba

অৰ্থ

1.

ইন্দ্ৰৰ পদ আৰু ঐশ্বৰ্য্য

the office and dignity of Indra

বি.

2.

স্বৰ্গৰ আধিপত্য

sovereignty over the gods

বি.

3.

প্ৰাধান্য; প্ৰভুত্ব

supremacy

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইন্দ্ৰত্ব · অসমীয়া অভিধান