← ফুৰি যাওক

ইন্দ্ৰজিত-মালতী

indrajita-mālatī

অৰ্থ

1.

এবিধ মজলীয়া আকাৰৰ চিৰিলিপতীয়া কাঁইটীয়া গছ আৰু তাৰ সৰু, ঘূৰণীয়া সুগন্ধি ফুল।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইন্দ্ৰজিত-মালতী · অসমীয়া অভিধান