← ফুৰি যাওক

ইন্দ্ৰজিত

indrajita

অৰ্থ

1.

যি ইন্দ্ৰক জয় কৰিছিল; ৰাবণৰ পুতেক [মায়া বলেৰে মেঘৰ আঁৰত লুকাই যুদ্ধ কৰাত পাৰ্গত বুলি এওঁৰ এটা নাম মেঘনাদ, এওঁক লক্ষ্মণে বধ কৰে]

a son of Rāvaṇa

বি.

2.

গাত ফুল থকা এবিধ সাপ

a species of snake

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইন্দ্ৰজিত · অসমীয়া অভিধান