← ফুৰি যাওক

ইন্দ্ৰজাল

indrajāla

অৰ্থ

1.

ভেলেকি; ছল কৰা বিদ্যা; চৌষষ্ঠি কলা-বিদ্যাৰ এটা; মন্ত্ৰজাল; যাৰ দ্বাৰা এটা বস্ত্তক আন এটা বুলি দেখুওবা হয়

magic; jugglery

বি.

2.

মায়া

illusion

বি.

3.

নানা- বৰণীয়া সূতাৰ ফুল আৰু পাহি লগাই তৈয়াৰ কৰা এবিধ ঠেক, দীঘল জাল, যাৰে ঘৰ আদি সজোবা হয়,

ornamental lace netting, used for decorating house, etc.

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইন্দ্ৰজাল · অসমীয়া অভিধান