ইন্দ্ৰাণী
অৰ্থ
1.
ইন্দ্ৰৰ ভাৰ্য্যা; শচী।
স্ত্ৰী.
2.
শ্ৰেষ্ঠ (আন পুংলিঙ্গ শব্দৰ লগতে যোগ হ'লে); যেনে-"নৰেন্দ্ৰ"।
স্ত্ৰী.
3.
অধিপতি; ৰজা; যেনে-"সংসাৰৰ ইন্দ্ৰ কৱষ্ণঃ তাহান নাম যিটোঃ অজ্ঞানতো চণ্ডালে লবয়" (নাম- ঘোষা)।
স্ত্ৰী.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ