সিদ্ধ কৰ্
xid.dho kor
অৰ্থ
1.
ইচ্ছা বা আকাংক্ষা পূৰণ কৰ্
to fulfill one`s wishes.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
কেৱল পানীত দি গৰম কৰা ৰন্ধন প্ৰকৰণ
to cook by placing in hot water
সকৰ্মক ধাতু
3.
কোনো কাম পৰিকল্পনা মতে কৰি শেষ কৰ৷
to do or perform something, especially in a planned way.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ