← ফুৰি যাওক

ইথাৰ

ithāra

অৰ্থ

1.

আধুনিক বিজ্ঞানমতে, সমস্ত ঠাই বিয়পি থকা এবিধ অতি পাতল বায়ুবৎ পদাৰ্থ

ether ; the subtle medium supposed to fill all space; thin clear air

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইথাৰ · অসমীয়া অভিধান