← ফুৰি যাওক

অমুৰি

o.mu.ri

অৰ্থ

1.

লোকক বিৰক্ত কৰা অথবা মানসিক অশান্তি দিয়া কোনো কাম|

The act repeatedly asking for or doing something with visible sign of uneasiness

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অমুৰি · অসমীয়া অভিধান