← ফুৰি যাওক

ইত্যাদি

ityādi

অৰ্থ

1.

এইবিলাককে আদি কৰি আৰু আন-বিলাক

et cetera; and so forth

অব্য.

2.

এইবিলাক আদিত থকা আৰু তেনে বিধৰ; এনে আনেক ৰকমৰ

and other

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইত্যাদি · অসমীয়া অভিধান