← ফুৰি যাওক

ট্ৰপ’স্ফিয়েৰ

tro.p``s.phi.yer

অৰ্থ

1.

পৃথিৱী-পৃষ্ঠৰ পৰা প্ৰায় ১০ মাইল ওপৰলৈকে বিস্তৃত বায়ুমণ্ডলৰ স্তৰটো, য`ত ক্ৰমান্বয়ে ওপৰলৈ উষ্ণতা কমি যায়।

The layer of Atmosphere extending about ten miles upward from the Earth's surface , in which the temperature falls with increasing height.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ট্ৰপ’স্ফিয়েৰ · অসমীয়া অভিধান