← ফুৰি যাওক

ৰেহৰূপ

reh.rup

অৰ্থ

1.

কোনো বস্তু বা বিষয়ৰ প্ৰতি থকা অনুভৱ

feelings towards something

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কাম কৰিবৰ দিহা বা প্ৰকাৰ, যিদৰে যি কাম কৰিব লাগে, তাৰ নিয়ম ৷

the mode of doing anything.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰেহৰূপ · অসমীয়া অভিধান