← ফুৰি যাওক

-ইত

-ita

অৰ্থ

1.

"যুক্ত" অৰ্থত ব্যাকৰণৰ প্ৰত্যয়; যেনে-পাল+ইত=পালিত (প্ৰকৱততে "ণিচ্ + ক্ত")

a grammatical suffix

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

-ইত · অসমীয়া অভিধান