← ফুৰি যাওক

ইৎ

it

অৰ্থ

1.

[সং.] বি. ব্যাকৰণৰ সংজ্ঞা-বিশেষ [প্ৰভ্যয়ৰ কোনো আখৰ লুপ্ত হ'লে তাক ইৎ হোবা বা ইৎ যোবা বোলে]; যেনে-"ক্ত প্ৰত্যয়ৰ ক ইৎ গৈ ত থাকে"

a grammatical term implying the rejection of letter or letters from a suffix

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ