ইড়া
iṛā
অৰ্থ
1.
ৰাজ-হাড়ৰ বাঁওফালে থকা নাড়ী। যেনে-"নাডীৰ মধ্যত তিনি নাড়ী অনুপাম। সুষুম্না পিঙ্গলা ইড়া নাড়ী নাম" (অনাদি- পাতন)
one of the main channels of the vital spirit said to be on the left side of the backbone
বি.
2.
ইক্ষাকু ৰজাৰ জীয়েকছ বুধৰ ভাৰ্য্যা [এওঁৰপৰা চন্দ্ৰ-বংশৰ উদ্ভব হয়]
বি.
3.
মনুৰ ভাৰ্য্যা।
বি.
4.
সৰস্বতী।
বি.
5.
ব্ৰহ্মাৰ সন্তান, ৰুদ্ৰৰ এঘাৰ-গৰাকী ভাৰ্য্যাৰ এগৰাকী; যেনে -"উমা ইড়া অম্বিকা ৰসনা ইৰাবতী। ক্ষুধা দীক্ষা চণ্ডী সৰ্পি আবৰ বিধি ধৱতি" (
বি.
6.
য় স্কন্ধ)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ