← ফুৰি যাওক

উপনিৱিষ্ট

u.po.ni.bis.to

অৰ্থ

1.

বাস কৰি থকা

having inhabitants,occupied

কৃদন্ত বিশেষণ

2.

উপনিৱেশ হিচাপে বা উপনিৱেশত স্থাপন কৰা ।

Settled as a colony or settled in a colony.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপনিৱিষ্ট · অসমীয়া অভিধান