← ফুৰি যাওক

বিদ্যুৎ প্ৰৱহন

bi.dyut pro.bo.hon

অৰ্থ

1.

কোনো সঁজুলি, যন্ত্ৰ আদি বিজুলীৰে চলিব পৰা কৰা; কৰবালৈ বিজুলী যোগান দিয়া৷

the process of charging something so that it works with electricity; the process of providing electricity.

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিদ্যুৎ প্ৰৱহন · অসমীয়া অভিধান