← ফুৰি যাওক

ছিং

sing

অৰ্থ

1.

বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|

To pull apart or in pieces by force.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

গছৰপৰা ফল, ডাল বা পাত টানি আঁতৰাই দে

to pull off fruit, brance or leave from a tree

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ