বিজ্ঞতা
bi.ggo.ta
অৰ্থ
1.
নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা
the ability of sb to carry out certain task by virtue of knowledge and practice
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
আৰ্হত · ar.hotকাৰ্যকুশলতা · kar.jo.ku.xo.lo.taকাৰ্য্যকুশলতা · kar.jyo.ku.xo.lo.taকাৰ্য্যদক্ষতা · kar.jyo.do.khy.taকুশলতা · ku.xo.lo.taকৰ্ম-কুশলতা · kor.mo-ku.xo.lo.taকৰ্মণ্যতা · kor.mo.nyo.taকৰ্মপটুতা · kor.mo.po.tu.taকৰ্ম্মদক্ষতা · korm.mo.do.khyo.taদক্ষতা · do.khyo.taনিপুণতা · ni.pu.no.taপটুতা · po.tu.ta
2.
অধ্যয়নৰ জৰিয়তে অৰ্জা জ্ঞান অথবা পণ্ডিতৰ বিদ্যায়তনিক অৰ্হতা; শিক্ষক বা পণ্ডিতৰ বৃত্তি৷
knowledge acquired by study or academic attainments of a scholar; the profession of a pandit or teacher.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ