← ফুৰি যাওক

আনুষংগিক

a.nu.xong.gik

অৰ্থ

1.

সহযোগী হিচাবে কাম কৰা ৷

Functioning in a supporting manner/capacity.

প্ৰকৃত বিশেষণ

2.

যি কিহবাৰ অস্তিত্বৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়ায়

One that provides essential support for existence of something big, like ancillary unit of a major plant, industry, etc.

প্ৰকৃত বিশেষণ

3.

আচল বা প্ৰধান বিষয়ৰ লগত সম্বন্ধ থকা; গৌণভাৱে জড়িত

Related with the main topic or event

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আনুষংগিক · অসমীয়া অভিধান