← ফুৰি যাওক

উৰাল মাৰি

u.ral ma.ri

অৰ্থ

1.

কাঠ বা লোৰে নিৰ্মিত মাৰি, যাৰ সহায়ত গোটা বস্তু পটা বা উৰালত খুন্দি গুড়ি কৰা হয়।

A stick made of wood or iron, that is used to transfer pressure from users' arms to the materials to be pulverized in a mortar

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উৰাল মাৰি · অসমীয়া অভিধান