অব্যৱহৃত
o.byo.bo.hri.to
অৰ্থ
1.
বৰ্তমান ব্যৱহাৰ নোহোৱা হৈ যোৱা৷
no longer in use or no longer useful
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
যি বস্তু ব্যৱহাৰ নোহোৱাকৈ পৰি থাকে, অলাগতিয়াল
Something which is not used in any purpose or out of order.
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ