সহজলভ্য
xo.hoj.lo.bhyo
অৰ্থ
1.
সহজে পাব বা সংগ্ৰহ কৰিব পৰা
suitable or ready for use; of use or service,readily obtainable; accessible
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
কষ্ট নকৰাকৈ বা নোহোৱাকৈ পোৱা ।
something that can be acquired easily
বিশেষণীয় বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ