← ফুৰি যাওক

ইকাতি-সিকাতি

ikāti-sikāti

অৰ্থ

1.

লৰ-চৰ; ইফাল-সিফাল; যেনে-গাৰ বা কথাৰ ইকাতি-সিকাতি

turning side; prevarication

বি.

2.

এফালে কাতি হৈ থকাৰপৰা আনফালে কাতি

from one side to another

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইকাতি-সিকাতি · অসমীয়া অভিধান