← ফুৰি যাওক

ইকাণ-সিকাণ

ikāṇa-sikāṇa

অৰ্থ

1.

এজনৰ কাণৰপৰা আন এজনৰ কাণলৈ, তাৰপৰা আৰু আন এটাৰ কাণলৈ, এই দৰে ক্ৰমাৎ প্ৰচাৰ হোবা; ক্ৰমে জনাজাত হোবা; যেনে -ইকাণ-সিকাণ সহস্ৰ কাণ

act of spreading from one's ear to another's

বি.

2.

এবাৰ এফালে, আনবাৰ আনফালে কাণ দিয়া; শুনিও নুশুনা ভাও ধৰা; আওকাণ; যেনে-"তেওঁক কিমান ক'লো, তথাপিও ইকাণ- সিকাণ কৰি থাকিল"

act of turning a deaf ear; inattention

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ