← ফুৰি যাওক

বোপাককা

bo’.pa.ko.ka

অৰ্থ

1.

কাৰোবাৰ বংশৰ উপৰি পুৰুষ৷ ককা,আজোককা,পিতামহ আদি যাৰ জৰিয়তে পৰবৰ্তী প্ৰজন্ম সমূহৰ জন্ম হৈছিল

male ancestor; men who you are descended from, especially those who lived long ago.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বোপাককা · অসমীয়া অভিধান