← ফুৰি যাওক

মচমচীয়া

mos.mo.si.ya

অৰ্থ

1.

অতি শুকান (কোনো বস্তু) যিটো হাতেৰে মোহাৰিলে বা ভাঙিলে মচ্-মচ্ শব্দ কৰে।

something very dry that makes "crisp-crisp" sound when rubbed or smashed.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মচমচীয়া · অসমীয়া অভিধান