← ফুৰি যাওক

ইকট-সিকট

ikaṭa-sikaṭa

অৰ্থ

1.

(কাম আদি কৰোঁতে অনিচ্ছাৰ ভাব দেখুবাই) মুখ ইফাল-সিফাল কৰা কাৰ্য্য।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইকট-সিকট · অসমীয়া অভিধান