← ফুৰি যাওক

হেন্দালি

hen.da.li

অৰ্থ

1.

লতা জাতীয় গছ বগাবলৈ পাতি দিয়া চাং

A frame, structure or platform often made of bamboo, used to support the growth of creeper plants

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হেন্দালি · অসমীয়া অভিধান