ই
i
অৰ্থ
1.
স্বৰবৰ্ণৰ তৱতীয় আখৰ; ব্যঞ্জন বণেৰে সৈতে যুক্ত হৈ ইয়াৰ ৰূপ "ি" এনে হয়; . সৰ্ব্ব. এই; এইটো
the third letter of the alphabet ; this; it
2.
বৰ্ত্তমান; যেনে-"ইজন্ম"
present
বিণ.
3.
এনে; যেনে-ই কথা
like this
4.
(নিশ্চয় অৰ্থত); যেনে-"তেওঁ যাবই।"
অব্য.
5.
তদ্ধিত প্ৰত্যয় -(ক) ব্যবসায়; যেনে-"ডাক্তৰি"। (খ) কাৰ্য্য; যেনে-"দেখাদেখি, হাঁহি (হঁহা কাৰ্য্য)"। (গ) সৰু আৰু মৰম লগা সৌন্দৰ্য্যবাচক; যেনে-"গামোছাখনি; এফেৰি।"
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ