শস্য চপা
xo.syo so.pa
অৰ্থ
1.
2.
পকা ধান, ঘেঁহু আদিক গছৰ পৰা কাঁচীৰে কাটি একেলগে গোটোওৱা৷
to cut(usually with a scyth)grain and collect a crop especially rice and wheat from a field.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ