← ফুৰি যাওক

অগ্ৰাংশ

og.rang.xo

অৰ্থ

1.

কোনো বস্তুৰ আগৰফালৰ অংশ বা ভাগ

The side or part of an object that is in front or prominent

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কোনো বস্তুৰ আগফালৰ বা সন্মূখৰ অংশ

The side or part of an object that is in front or prominent

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অগ্ৰাংশ · অসমীয়া অভিধান