← ফুৰি যাওক

আঁছুৰা

ām̐churā

অৰ্থ

1.

শীৰাবলৈ নিদিয়া (গাই); চেঙা

restive; not quiet

বিণ.

2.

মই-মতীয়া

obstinte; not submissive

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁছুৰা · অসমীয়া অভিধান