অৰ্পণ কৰ্
or.pon kor
অৰ্থ
1.
নিজৰ অধিকাৰ বা স্বত্ত আনুষ্ঠানিকভাৱে ত্যাগ কৰ্।
Formal give up of one's rights to or possession of.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
বিশ্বাস বা ভাৰষা কৰি কোনো বস্তু বা দায়িত্ব আনক দে।
to hand over something in good faith or confidence.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
3.
কাৰোবাক কোনো বস্তু আনুষ্ঠানিকভাৱে দে যাতে তেওঁলোকে এই বিষয়ে কোনো সিদ্ধান্ত ল’ব পাৰে
to formally give something to someone so that they can make a decision about it
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ