← ফুৰি যাওক

আপ্লাৱন

aplawon

অৰ্থ

1.

কোনো নদী বা হ্ৰদৰ পানী পাৰৰ ঠাইবোৰত উপচি পৰা, বিশেষকৈ যিবিলাক ঠাই সাধাৰণতে পানীত ডুব নাযায়

overflowing of water from a river or lake, esp. over land not usually submerged

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আপ্লাৱন · অসমীয়া অভিধান