← ফুৰি যাওক

অভিযোক্তা

a.bhi.jo’k.ta

অৰ্থ

1.

আদালতত কাৰোবাৰ বিৰুদ্ধে গোচৰ তৰা লোক ৷

a person who makes a formal complaint against somebody in a court of law

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ