← ফুৰি যাওক

বঁকিয়া

bo~.ki.a

অৰ্থ

1.

বিল বা পিটনিৰ মাজেৰে বন্ধা ওখ আলি

a road or footpath raised above the level of a swampy ground

জাতিবাচক বিশেষ্য

2.

পথাৰত দুদৰা মাটিৰ মাজত পানী ৰখাৰ লগতে খেতিৰ সময়ত মানুহ আৰু গৰু আদি যাব পৰাকৈ বন্ধা সামান্য ওখ, সৰু আলি৷ নিৰ্মলপ্ৰভা বৰদলৈৰ ’মৰ্মান্তিক’ৰ পৰা পঢ়কঃ ’তেওঁক মই যোৱাগৈ দেখিছিলোঁ/ বেলি লহিওৱাৰ পৰত/ পথাৰৰ বঁকিয়াইদি...’

a small, narrow road/path in peddy fields slightly raised to keep water and allow people and cattle etc. to walk.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ