← ফুৰি যাওক

অনুকলন

a.nu.ko.lon

অৰ্থ

1.

এক সমীকৰণ বা গাণিতিক ক্ৰিয়াৰ কলন নিৰূপণ কৰা কাৰ্য্য।

The operation of finding the integral of a function or equation, esp. solving a differential equation.

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অনুকলন · অসমীয়া অভিধান