← ফুৰি যাওক

আৱিষ্কাৰক

a.bis.ka.rok

অৰ্থ

1.

যিজনে কিবা আৱিষ্কাৰ কৰে ।

a person who discovered sth

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

যিয়ে সম্পূৰ্ণ নতুন বস্তু এটা আৱিস্কাৰ কৰে ।

a person who invented sth

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আৱিষ্কাৰক · অসমীয়া অভিধান