আবিষ্কাৰ কৰ্
a.bis.kar kor
অৰ্থ
1.
কোনো আহিলা, পদ্ধতি আদি নিজৰ সৃজনশিলতাৰে প্ৰথমবাৰৰ বাবে তৈয়াৰ কৰা৷
to originate or create as a product of one's own ingenuity, experimentation, or contrivance.
সকৰ্মক ধাতু
2.
কোনোৱে কেতিয়াও নেদেখা, নুশুনা বা পৰ্য্যবেক্ষণ নকৰা কোনো বস্তু বিছৰা
to find out sth never seen, heard or observed by anyone before
সকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ