কৈফিয়ৎ
koifiyot
অৰ্থ
1.
সকলো জমা-খৰচৰ হিচাপ কৰাৰ পাছত হাতত থকা ধন
the remaining sum after all credits and debits are taken into account
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
দায়-দোষমুক্ত হবলৈ দিয়া সঁচা বা মিছা যুক্তি
a true or invented reason for excusing; an attempt to justify some action or behaviour
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ